“Best of Bishnu Prasaad Rabha” Song Video [youtube=https://www.youtube.com/watch?v=y4riuskM36U&w=320&h=226] ৰাভা সংগীত lyrics জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই, জয়া নাই জয়া নাই জয়া নাই জয়া নাই…. জয়সাগৰত বুকুৰ মাজত উঠে চকুলোৰে ঢল, মলয়াই তোলে হিয়াভগা সুৰ, কৰুণ বিননী ৰোল জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই, জয়া […]